প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বসতিস্থান ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্ৰ নিদিবলৈ আহ্বান ৰাইজৰ ; জিলা আয়ুক্ত , আবকাৰী মন্ত্ৰী, আয়ুক্ত সচিব, আয়ুক্তলৈ পত্ৰ প্ৰেৰণ
গুৱাহাটী ,২৪ ডিচেম্বৰ : প্ৰাণৰ শিল্পী, সংগীতৰ ৰাজপুত্ৰ, অসমীয়াৰ হিয়াৰ আমঠু , জুবিন গাৰ্গৰ বসতিস্থান গুৱাহাটীৰ কাহিলীপাৰাৰ ভগদত্তপুৰত সুৰা ...