যশস্বী সাংবাদিক, দ্য আছাম ট্ৰিবিউনৰ সম্পাদক সদ্যপ্ৰয়াত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ গুৱাহাটীৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ২২ ডিচেম্বৰ ২০২৫: "প্ৰখ্যাত সাংবাদিক, 'দ্য আছাম ট্ৰিবিউন'ৰ স্বত্বাধিকাৰী তথা সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱৰ বিয়ো...