সাংসদ বিজুলী কলিতা মেধি আৰু প্ৰাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তেৰ লাখ টকাৰ উন্নয়ন পুজিৰে পশ্চিম জালুকবাৰীত নিৰ্মাণ কৰা জোনাকী পথ উদ্বোধন
গুৱাহাটী ,২৯ মে' : পূৰ্বৰ পশ্চিম গুৱাহাটী তথা নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম জালুকবাৰীৰ জোনাকী পথৰ উন্নয়ন সাধনৰ ব...