ৰাণী সংৰক্ষিত বনাঞ্চলৰ দাঁতিত দুষ্ট চক্ৰই পেলোৱা ম্যাদ উকলা গাখীৰৰ পেকেট আঁতৰ কৰিলে বন বিভাগে ; সচেতন নাগৰিকৰ আদৰণি ; দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী
গুৱাহাটী, ১১ অক্টোবৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম মেঘালয় সীমান্তবৰ্তী ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ কাৱাছিং সংৰক্ষিত বনাঞ্চল...