শিৱসাগৰ জিলাত গুৱাহাটীৰ ষ্টাৰ ইভেন্টৰ বানসাহাৰ্য
গুৱাহাটী ,৭ আগষ্ট : গুৱাহাটীৰ ষ্টাৰ ইভেন্টৰ উদ্যোগত এটি ১৮ জনীয়া দলে ৬ আগষ্টত বানবিধস্ত শিৱসাগৰ জিলালৈ গৈ জিলাখনৰ বান বিধ্বস্ত পানীবেচা,নামৰিকে ধৰি বিভিন্ন অঞ্চলত প্ৰায় ৬০০ টা পৰিয়ালক খাদ্য সামগ্ৰীকে ধৰি বান সাহাৰ্য বিতৰণ কৰে। ইয়াৰ উপৰিও ষ্টাৰ ইভেণ্টৰ সঞ্চালক চাৰুষ আলী আৰু কাৰ্যবাহী সঞ্চালক ৰ'জি আহমেদৰ নেতৃত্বত যোৱা দলটোৱে পশু , পক্ষীকে ঘৰচীয়া জীৱ জন্তু তথা পশুধনৰ বাবেও পশুধনৰ গৰাকীসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

No comments