গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ সমীপৰ মেঘালয়ৰ ৰিভয় জিলাৰ উমচাও - বাৰেগাঁৱৰ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা শ্ৰী শ্ৰীকলিয়া ঠাকুৰ নামঘৰৰ পূৰ্ননিৰ্মাণত সহায়ৰ হাত আগবঢ়াবলৈ অসম চৰকাৰক আহ্বান
গুৱাহাটী ২৪ অক্টোবৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰিভয় জিলাৰ মহকুমা সদৰ পাথৰখামাৰ কাষৰীয়া উমচাও...