Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এক হাজাৰ বানাক্ৰান্ত পৰিয়ালক সাহায্য প্ৰদান "অপৰূপা"ৰ



গুৱাহাটী ,৭ আগষ্ট: ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী মহিলা সংস্থা "অপৰূপা"ৰ উদ্যোগত ,  হেল্প গ্ৰুপ , উদ্দীপনা আৰু ঈৰ্ষানাৰ সহযোগত ৬ আগষ্টত  শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ  বান বিধস্ত  যমুনা ৰ’ড,দিচাং,ৰুক্মিণী নগৰ,মাজগাও,নিমাইজান,বেতবাৰী,ভটীয়াপাৰৰ প্ৰায় এক হাজাৰ পৰিয়ালক সাহাৰ্য প্ৰদান কৰাৰ লগতে জীৱ-জন্তুকো খাদ্য প্ৰদান কৰে ৷ইয়াৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ওষধ পাতিও যোগান ধৰে অপৰূপাই৷  প্ৰতি বছৰে বানত ক্ষতিগ্ৰস্ত  অঞ্চলসমূহত অপৰূপাই এইদৰে সাহাৰ্য প্ৰদান কৰি আহিছে বুলি সদৰি কৰিছে  অপৰূপাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা বিশিষ্ট লেখিকা -সমাজসেৱিকা ৰুণা লাইলাই ।

No comments

Powered by Blogger.