Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অনা চৰকাৰী সংস্থা “খোজ”ৰ উদ্যোগত নাজিৰা সমষ্টিত বান সাহাৰ্য বিতৰণ


 

গুৱাহাটী,৩ আগষ্ট : জালুকবাৰী সমষ্টিৰ অনা চৰকাৰী  সংস্থা খোজৰ উদ্যোগত  বান বিভিষিকাই ক্ষতিগ্ৰস্ত কৰা শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ বামুনপুখুৰী , গোহাঁইবাৰী অঞ্চলত প্ৰায় দুশটা পৰিয়ালক আজি বান সাহাৰ্য বিতৰণ কৰা হয়।

 বিশিষ্ট অভিনেত্ৰী, খোজৰ উপদেষ্টা  আশা বৰদলৈ ,  উপ সভাপতি পুলক কলিতা, সাধাৰণ সম্পাদক মদন দাস, সম্পাদক ধীৰাজ ঠাকুৰীয়া, কোষাধ্যক্ষ কুশল মালী,  সদস্যা ববিতা কুমাৰী ,,চাহ জনগোষ্ঠীয় সংগঠনৰ শিৱসাগৰ জিলাৰ সম্পাদক নৰেন গোৱালা, নাজিৰা মণ্ডলৰ উপ-সভাপতি ৰেখা বৰুৱাকে ধৰি ভালেকেইজন ব্যক্তিৰ উপস্থিতিত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰা হয় কৰা হয় ।

No comments

Powered by Blogger.