Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বজালী বিধান সভা সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা চেক প্ৰদানৰ শুভাৰম্ভ।



বজালী    ২২  ডিসেম্বৰ  বজালী বিধান সভা সমষ্টিত আজি সর্বমুঠ ২৮,৮০৫গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত ১০ হাজাৰ টকাকৈ চেক প্ৰদানৰ শুভাৰম্ভ কৰে ড০ মুখ্যমন্ত্রী হিমন্ত  বিশ্ব শর্মা  । ইয়াৰে ২৬,৩২৫গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ২,৪৮০গৰাকী নগৰাঞ্চলৰ।

মুখ্যমন্ত্ৰী কয় যে মহিলাসকলক উদ্যোগী কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানৰ ফলত আমাৰ বাইদেউ-ভনী, আইমাতৃসকল স্বাৱলম্বী হোৱাই নহয়, এক আদৰ্শ হিচাপে সমাজত উজলি উঠিব পাৰিব বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ৷

No comments

Powered by Blogger.