Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বটদ্ৰৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পৱিত্ৰ থানক মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।


 
বটদ্ৰৱা  ২২ ডিসেম্বৰ  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী পদক্ষেপ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পটি অহা ২৯ ডিচেম্বৰত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বটদ্ৰৱাত উপস্থিত হৈ নিৰ্মীয়মাণ প্ৰকল্পটোৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজৰ বুজ লোৱাৰ লগতে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ জনসভাৰ স্থলী পৰিদৰ্শন কৰে।


 

No comments

Powered by Blogger.