Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

মা কামাখ্যা মন্দিৰ উপস্থিত বলিউডৰ বিখ্যাত কন্ঠশিল্পী চনু নিগম।



গুৱাহাটী ১৪ ডিসেম্বৰ পুৱাই উপস্থিত শক্তিপীঠ কামাখ্যাত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম।আৰক্ষীৰ বিশেষ নিৰাপত্তাৰ মাজেৰে মন্দিৰ দৰ্শন কৰিলে চনু নিগমে। মন্দিৰ দৰ্শনৰ পাছতেই চনু নিগমৰ মন্তব্যঃ গুৱাহাটী আহিলেই মই শক্তিপীঠ কামাখ্যালৈ আহিব চেষ্টা কৰোঁ অসম এখন সুন্দৰ ৰাজ্য, সংগীতপ্ৰেমী লোকসকল ইয়াৰ লোকসকল কলাপ্ৰেমী।


 

No comments

Powered by Blogger.