মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন য়াদভ ললে মা কামাখ্যাৰ আশীৰ্বাদ
গুৱাহাটীৰ,৮ জানুৱাৰী মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ ললে মা কামাখ্যাৰ আশীৰ্বাদ।আজি ৰাতিপুৱাই নিলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা ধামে উপস্থিত হৈ মাৰ আশীষ ললে।গৰ্ভ গৃহ দৰ্শনেৰে মা কামাখ্যাৰ আশীষ লয় মন্ত্ৰী গৰাকীয়ে।
ভাৰত চৰকাৰৰ প্ৰধান মন্ত্ৰী গৰাকীৰ তত্বাৱধানত টেক্সটাইল তথা বিভিন্ন বিভাগৰ কিছু গুৰুত্বপূৰ্ণ বৈথকৰ বাবে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয় অসমত।বৈথকৰ লগতে কামাখ্যা ধামো দৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।


No comments