Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জালুকবাৰীত জুবিন গাৰ্গৰ ছবি অংকন।


  
গুৱাহাটী  ২৭ অক্টোবৰ: গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ সামান্তৰালকৈ এইবাৰ জালুকবাৰীত আপোন শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰা হয়। কালি জালুকবাৰীৰ বজাৰৰ একাংশ জুবিন অনুৰাগী ব্যৱসায়িৰ উদ্যোগত  ছবি খন অংকন কৰে চিত্ৰ শিল্পী আফটাৰ আলী ৰাজাই। ইফালে চিত্ৰখন সন্দৰ্ভত ব্যৱসায়ী সকলৰ প্ৰচেষ্টা আৰু শিল্পী গৰাকীৰ চিত্ৰ কৰ্মৰ সকলোৱে সলাগ লয়।


 

No comments

Powered by Blogger.