জাগা উঠা জগোৱা, জাষ্টচ ফ'ৰ জুবিন,জয় জুবিন দা, ধ্বনিত মুখৰিত মালিগাওঁ। মানস ৰবীনৰ সুৰৰ সোপানে সোপানে জুবিন গাৰ্গৰ ওপজা দিন উদযাপন।
গুৱাহাটী ২০ নৱেম্বৰ: জাষ্টিচ ফ'ৰ জুবিন । উঠা জাগা জগোৱা। জয় জুবিন দা, এইদৰে জাগৰণৰ সূচনা কৰি ৰে'ল কৰ্মচাৰী সকলে অতি সোনকালে ন্যা...