গুৱাহাটী ,২২ আগষ্ট : শংকৰদেৱ আৱাসিক সমাজ,জালুকবাৰীৰ তৰফৰ পৰা এটা সঁজাতি দলে যতীন বৈশ্যৰ নেতৃত্বত ১৯ আগষ্টত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ চৌধ্য হেজাৰ টকাৰ চেক প্ৰদান কৰা হয় ৷ দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি চেক প্ৰদান কৰাৰ সময়ত যতীন বৈশ্যক সহযোগিতা আগবঢ়াইছিল ক্ৰমে - আৱাসৰ আশীষ দাস, পীযুষ দাস, প্ৰসেনজীত দাসগুপ্ত আৰু বুদ্ধদেৱ বসুমতাৰীয়ে ৷
No comments:
Post a Comment