Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১.১৪ লাখ টকা প্ৰদান শংকৰদেৱ আৱাসিক সমাজ জালুকবাৰীৰ


 গুৱাহাটী ,২২ আগষ্ট :  শংকৰদেৱ আৱাসিক  সমাজ,জালুকবাৰীৰ তৰফৰ পৰা এটা সঁজাতি দলে যতীন বৈশ্যৰ নেতৃত্বত  ১৯ আগষ্টত  মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ চৌধ্য হেজাৰ টকাৰ চেক প্ৰদান কৰা হয় ৷ দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি চেক প্ৰদান কৰাৰ সময়ত যতীন বৈশ্যক সহযোগিতা আগবঢ়াইছিল ক্ৰমে - আৱাসৰ আশীষ দাস, পীযুষ দাস, প্ৰসেনজীত দাসগুপ্ত আৰু বুদ্ধদেৱ বসুমতাৰীয়ে ৷

No comments

Powered by Blogger.