Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

"স্পেচিয়েল" (দিবাংগ) ছাত্ৰ ছাত্ৰী সকলে শ্ৰদ্ধাৰে বিদ্যা দেৱীক আদৰিলে"




গুৱাহাটি  ২৩ জানুয়াৰি গুৱাহাটিৰ তেতেলিয়াত অৱস্হিত " পূৰ্ব্বতৰ ইনচটিটিউট ফৰ পাৰচন উইথ ভিজেৱিলিটিচ" চমুকৈ "PIPWID"ইনচটিটিউটত প্ৰতি বছৰে  স্বৰস্বতী  পূজা উদযাপন কৰাৰ দৰে এইবাৰো  ব্যতিক্ৰম হোৱা নাছিল,সুন্দৰ কৈ দেৱীৰ প্ৰতিমাৰ ওচৰত  প্ৰণিপাত  জনাই  অঞ্জলী  অৰ্পন কৰে ছাত্ৰ ছাত্ৰীৰ সকলৰ লগতে কলেজৰ অধ্যক্ষ, অধ্যাপক অধ্যাপিকা আৰু "ভিজন চানৰাইজ এনজিঅ" সদস্য সকল আৰু  বিশিষ্ট  অতিথি সকল ক্ৰমে  এন এফ ৰেলৱে কেন্দ্ৰীয়  হস্পিটেলৰ ডা৹ মনীষা  বাইদেউ, ইনফচিচ কোম্পানী লিমিটেডৰ ইন্জিনীয়াৰ দৰ্শনা ও ,শিক্ষয়িত্ৰী তথা সাংবাদিক দেৱযানী,পাটিকাৰ  , প্ৰতিভা বা ,সন্তোষ পেটেল আৰু অন্যন্য ব্যক্তি সকলৰ উপস্থিতিয়ে পূজাৰ  সৌষ্ঠৱ বঢ়ালে লগতে ছাত্ৰ, ছাত্ৰী সকলে  ভক্তিমূলক গীত পৰিৱেশন কৰি সৰস্বতী পূজা সুন্দৰ কৈ উদযাপন কৰি বিদ্যা দেৱীক আদৰিলে।


 


 


 

No comments

Powered by Blogger.