Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গোটৰ সদস্যাসকলক চেক বিতৰণৰ ও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শিলান্যাস



ডিব্ৰুগড় ১৯ ডিসেম্বৰ:   মহিলা সবলীকৰণৰ দিশত এক নতুন দিগন্তৰ সূচনাৰে অসম চৰকাৰে গ্ৰহণ কৰা অভিনৱ পদক্ষেপ হিচাপে ২৩,৭৯১গৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত বৃস্পতিবাৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প চৌহদত আয়োজিত এক জনসভাত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টিংখাং বিধান সভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলক প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ 

মাননীয় মুখ্যমন্ত্ৰীয়ে লগতে এই সভাৰ পৰাই আন তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শিলান্যাস কৰে।

 

No comments

Powered by Blogger.