Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসমৰ নাৰী শক্তিৰ বাবে আজি একটি উল্লেখযোগ্য দিন।


 
বিটিআৰ, ১২ডিচেম্বৰ: বিটিআৰে অসমৰ   সৰ্ববৃহৎ জনকল্যাণকামী আঁচনি অৰুণোদয়-৩.০ বুধবাৰে  আৰম্ভ কৰা হয়।এই আঁচনিৰ  জৰিয়তে অঞ্চলটিৰ ৪.১২ লাখতকৈও অধিক মহিলাই আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ল। 


 

আজিপৰ্যন্ত  অসমত প্ৰায় ৪০ লাখ মহিলাক প্ৰতি মাহে ৬৭৮ কোটি টকাতকৈও অধিক ধনৰাশি  প্ৰদান কৰা হয়। ২০২০ চনত ২০ লাখতকৈও অধিক মহিলাক লৈ আৰম্ভ হোৱা অৰুণোদয়ৰ ধন প্ৰতিগৰাকীৰ বাবে যোৱা ৫ বছৰত প্ৰায় ২ গুণ বৃদ্ধি হৈ ১,২৫০ টকালৈ উন্নীত হৈছে৷


 

No comments

Powered by Blogger.