Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ঐতিহাসিক ত্ৰি-বাৰ্ষিক কমিটী ভাওনা মহোৎসৱৰ মুকলি সভাত উপস্থিত মুখ্যমন্ত্ৰী


গুৱাহাটী, ১  নভেম্বর - মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব  শর্মা ডাঙৰীয়াৰ  চৰাইবাহীৰ ১৬৮ বছৰীয়া (৫৬সংখ্যক) ঐতিহাসিক ত্ৰি-বাৰ্ষিক কমিটী ভাওনা মহোৎসৱৰ মুকলি সভাত উপস্থিত থাকে।


 উল্লেখ্য, চৰাইবাহী অঞ্চলৰ ২৮খন গাঁৱৰ ৰাইজে ১৮৫৮ চনৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা অনুষ্ঠিত কৰি সমাজলৈ সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে।


 


No comments

Powered by Blogger.