Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পুণ্যতিথি উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্ৰদ্ধাঞ্জলি জ্ঞাপন।



গুৱাহাটীৰ   ৫ নভেম্বর  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পুণ্যতিথি উপলক্ষে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু সুধাকণ্ঠৰ বিস্তৃত অৰিহণা তথা কৰ্মৰাজিৰ বিষয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে।

No comments

Powered by Blogger.