লখিমপুৰত অসম গ্ৰন্থমেলাৰ তৃতীয় দিনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন
লখিমপুৰ ৩ নৱেম্বৰ: অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংঘৰ উদ্যোগে লখিমপুৰত ১ নৱেম্বৰ পৰা আৰম্ভ হৈছে গ্ৰন্থমেলা।কাৰ্বি কলেজ স্পৰ্টছ কমপ্লেক্সত এই গ্ৰন্থমেলা ১০নভেম্বৰ পৰ্যন্ত চলিব। প্ৰকাশন পৰিষদ গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰ আশা কৰিছে।
উল্লেখ্য যে সোমবার বিয়লি ২.৩০ বজাৰ পৰা আলোচনাৰ সভাৰ আয়োজন ক্ৰীড়া হৈছে। আলোচনাৰ বিষয় সম্ভালক : আলোচনা সমৰ আলোচক অতিথি, অসমৰ নাট্য আন্দোলন : পৰম্পৰা আৰু বিবৰ্তন।উপস্থিত আছিল শ্ৰীমন্ত বজাৰ গগৈ বিশিষ্ট নাট্যকাৰ পৰিচালক ,শ্ৰীমন্ত মানিক আহমেদ
বিশিষ্ট নাট্যকাৰ, পৰিচালকড° সঞ্জীৱ কুমাৰ শৰ্মা সহকাৰী অধ্যাপক, ইংৰাজী বিভাগ, হিচচাপুৰ মহাবিদ্যালয় ড° পূৰ্বী দত্ত সহযোগী অধ্যাপক, ৰবিন্দ্ৰ মহাবিদ্যালয়, ধেমাজি শ্ৰীমন্ত গায়ত্ৰী দলে
বিশিষ্ট সাহিত্যিক, সহকাৰী অধ্যাপক, নৰ্থ বেংগল কলেজ, শিলাবৰি। সন্ধিয়া ৫ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানত বহু শিল্পী।উপস্থিত আছিল।

No comments