Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডিব্ৰুগড়ৰ জগাৰ্ছ পার্কৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ দাঁতিত হোৱা খহনীয়াৰ পৰিদৰ্শন কৰে


 
ডিব্ৰুগড় ১১ অক্টোবৰ: ডিব্ৰুগড়ৰ জগাৰ্ছ পাৰ্কৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ দাঁতিত হোৱা খহনীয়াই ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে উক্ত স্থলী পৰিদৰ্শন কৰি সামগ্ৰিক অৱস্থাৰ বুজ লয় আৰু অধিক ক্ষয়-ক্ষতি ৰোধৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ বিষয়াসকলক তাৎক্ষণিকভাৱে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

No comments

Powered by Blogger.