গুৱাহাটী, ১২ অক্টোবৰ: গুৱাহাটী মহানগৰীৰ ওচৰে পাজৰে থকা ঠাই সমূহ পৰিস্কাৰ তথা আৱৰ্জনা নিষ্কাষণৰ উদ্দেশ্যে আজি পুৱা দিপক সংঘৰ উদ্যোগত আৰু অসম প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত ঘৰুৱা আৱৰ্জনা নিষ্কাষণ, প্ৰদুষণ নিয়ন্ত্ৰণ সচেতন শিবিৰ ও কৰ্মশালা অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাত উপস্থিত থাকি গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেণ শৰণীয়াই আৱৰ্জনা নিষ্কাষণৰ লগতে, আৱৰ্জনা মুক্ত এলেকা, প্লাষ্টিক মুক্ত পৰিবেশ গঢ়ি তোলাৰ নানান ইতিবাচক বক্তব্য আগবঢ়োৱাৰ লগতে সকলোকে এখন প্লাষ্টিক মুক্ত সমাজ গঢ়ি তোলাৰ আহ্বান জনায়।
No comments:
Post a Comment