Friday, October 31, 2025

ডুমডুমাত টিপুক চাহ বাগিচা প্ৰাথমিক বিদ্যালয়। সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

গুৱাহাটী ৩১ অক্টোবৰ ডুমডুমা টিপক চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত  সৈতে আজি সময় অতিবাহিত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত  বিশ্ব শৰ্মা । সৰু ছাত্ৰ-ছাত্ৰী কৌতুহলী চকুৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শনৰ কৰে।   প্ৰাথমিক বিদ্যালয় ভ্ৰমণৰ সময়ত শিশুসকলৰ সৈতে আনন্দৰ মুহূৰ্তবোৰ অতিবাহিত কৰে মুখ্যমন্ত্ৰী।


 

No comments:

Post a Comment