Wednesday, June 10, 2026

নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ সফলতাৰ ১২ বছৰ। : প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি গাড়ীগাৱত প্ৰাৰ্থনা সভা ।



  গুৱাহাটী  , ১০ জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেৱৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ সু-শাসন আৰু সফলতাৰে ১২ বছৰ অতিক্ৰম কৰিলে। মোডী চৰকাৰৰ সু-শাসন আৰু সফলতাৰ লগতে প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি আজি‌ বিয়লি ৬ বজাত গাড়ীগাঁওস্থিত শ্বেইখ জালাল উদ্দিন তাব্ৰিজী (ৰ:) দৰগাহ শ্বৰীফত প্ৰাৰ্থনা জনোৱা হয়। প্ৰাৰ্থনা অনুস্থানত ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সী , ১ নং ৱাৰ্ডৰ অন্তৰ্গত বুথ সভাপতি/সভানেত্ৰী, বিজেপি কৰ্মী , বিসয়বৱীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

No comments:

Post a Comment