বজালী ২২ ডিসেম্বৰ বজালী বিধান সভা সমষ্টিত আজি সর্বমুঠ ২৮,৮০৫গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত ১০ হাজাৰ টকাকৈ চেক প্ৰদানৰ শুভাৰম্ভ কৰে ড০ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা । ইয়াৰে ২৬,৩২৫গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ২,৪৮০গৰাকী নগৰাঞ্চলৰ।
মুখ্যমন্ত্ৰী কয় যে মহিলাসকলক উদ্যোগী কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানৰ ফলত আমাৰ বাইদেউ-ভনী, আইমাতৃসকল স্বাৱলম্বী হোৱাই নহয়, এক আদৰ্শ হিচাপে সমাজত উজলি উঠিব পাৰিব বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ৷
No comments:
Post a Comment