শিলচৰ ২ নভেম্বর অসমৰ সম্পদ হৈছে ঝুমাইৰ নৃত্য। চাহ জনজাতীয় আৰু আদিবাসী সমাজৰ চক্ৰী ঐতিহ্য,। মাননীয় প্ৰধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত যোৰা ২৪ ফেব্ৰুৱাৰীয় এই “ঝুমাইৰ বিনন্দিনী” অনুষ্ঠানটোৱে আমাৰ এই সাংস্কৃতিক ঐতিহ্যক বিশ্বত এক নতুন পৰিচিতি দিয়ে।
মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা দাঙৰীয়াৰ নির্দেশ অনুৰূপে, আজি শিল্পোদ্যোগ আয়োজিত অনুষ্ঠানত কাৰ্বাৰ, হাইলাকান্দি জিলা শ্ৰীভূমি জিলৱা ৩৩১ জন শিল্পী, মাস্টাৰ ট্রেনেৰ বিশেষজ্ঞ সমিতিৰ সদস্যসকলক কৃতজ্ঞতা স্বৰূপে প্ৰসংসা পদক আৰু মাননি প্ৰদান কৰি শুভকামনা জনওয়া হল।
এই অনুষ্ঠানত মাননীয় সত্ৰীয় মন্ত্ৰী শ্ৰী কৌশিক ৰায় ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।


No comments:
Post a Comment