গুৱাহাটী ,১৮ অক্টোবৰ : পাণ্ডু বিহু সম্মিলনী, মালিগাঁৱৰ উদ্যোগত শনিবাৰ মালিগাওঁবাসী ৰাইজে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া মৃত্যুৰ দিনৰ লগত সংগতি ৰাখি মালিগাওঁ ছাটলগেটৰ বিষ্ণু ৰাভা পাৰ্কত এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে । সন্মিলনীৰ মুখ্য কো - অৰ্দিনেটৰ দিগন্ত বৰুৱাই জানিবলৈ দিয়া মতে দিনৰ ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটোত উপস্থিত থাকি সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনাইছে ।
No comments:
Post a Comment